কৈলাশলৈ গৈছিলো মহাদেৱক লগ কৰিবলৈ,
তেওঁৰ ভাল-বেয়াৰ খবৰ লবলৈ ।
আৰামী চকিত আছিল মহাদেৱ বহি,
হাতত মবাইললৈ দেৱী পাৰ্বতিৰ এছ.এম.এছ. পড়ি ।।
মোক দেখি কলে কি খবৰ ভক্ত,
মোৰ লগত হবি নিকি ভাঙৰ ৰাগিত মত্ত ।
মই কলো আহিছো কেবল তোমাৰ খবৰ লবলৈ,
আই পাৰ্বতিৰ আর্শীবাদ লবলৈ ।।

তেওঁ কলে পাৰ্বতিৰ আজিকালি কিযে স্মাইল,
প্রতিক্ষণে মোক কৰিস থাকে ঘাইল ।
পাছে এটা কঠা মোৰ প্রিয় ভক্ত,
কৰিবিনে সহায় মোক ভাঙৰ ৰাগিত নহৈ মত্ত ।।
হব বুলি কৈ মই দিলো মই মিঁচিকিয়া স্মাইল,
কাৰন তেওঁৰ সাপ মাৰিবলৈ নিয়া নাই মই ফেনাইল ।
তেওঁ কলে নোৱাৰো আৰু প্রতি দিনে বিশটাকৈ এছ.এম.এছ. কৰিব কাউন্ত,
লাগে মোক এটা ফেচবুক একাউণ্ট ।।
ফেচবুকত কৰিব বিছাৰো গাভৰুৰ ষ্টেটাচ লাইক,
আনি দিবি তই মোক এখন ছালিয়া বাইক ।
নোৱাৰু আৰু ফুৰিব বজাই ডম্বৰু,
বাইকৰ পাছৰ ছিটত উঠাই ফুৰিম ৰুপহী গাভৰু ।

--কৌশিক গগৈ
No comments:
Post a Comment